19/10/2025
#শতাব্দী বৰাক কলী বুলি মাতিছিল জুবিন দাই। #জোকোৱা নাম দি লৈছিল জুবিন দাই। #শতাব্দী বৰা জুবিন দা ৰ সহশিল্পী আছিল,২০১২/১৩ চনত জুবিন দা ৰ ওচৰত আহিছিল, যি #সময়ত সিদ্ধাৰ্থ শৰ্মাক, #টাৰ্চেল মিট্টলে আনি জুবিন দাক লগ কৰাই দিছিল হি। #শতাব্দী বৰাৰ মতে, #সিদ্ধাৰ্থ ই জুবিন দাৰ ওচৰলৈ আহোতে এখন #ৰেঞ্জাৰ চাইকেল হে লৈ আহিছিল, আৰু সেই খনতে সি অহা যোৱা কৰিছিল।
# #জুবিন দাৰ ওচৰলৈ আহোতে, এখন ৰেঞ্জাৰ চাইকেল লৈ অহা লৰাই, তাৰ কেই বছৰ মানৰ পিছতেই, দুখন তিনি খন গাড়ী লব পৰা হল। ভাড়া ঘৰত থকা পৰিয়াল টোৱে, ঘৰ মাটি, ফ্লেট কিনিব পৰা হল। #সন্দেহ সেই তেতিয়াই কৰা হলে, জুবিন দা আজিও আমাৰ মাজত জীয়াই থাকিল হেঁতেন।
সিদ্ধাৰ্থই , #জুবিন দাৰ ভাল ভাল লগ বোৰক , ইটোৰ পিছত সিটো এৰুৱাব লৈ চেষ্টা কৰি থাকিল, জুবিন দাৰ ফোন বোৰ #ৰিচিভ নকৰি, বা জুবিন দাৰ ফোন বোৰ কিবা অজুহাত দেখুৱাই,জুবিন দাক #আতৰাই ৰাখি। #জুবিন দাক মদৰ যোগান দি দি, সিদ্ধাৰ্থ ই অকল টকা হাত কৰাৰ উদ্দেশ্যত আছিল।
#সাংস্কৃতিক জগতৰ বহু লোকে, #শেখৰো যে সিদ্ধাৰ্থ ৰ নিচিনা একে #পানীৰ মাছ সেইটো কৈছে, শেখৰেও জুবিন দাৰ ভাল সংগ বোৰ, ইটোৰ পিছত সিটো, #জুবিন দাক কথা লগাই লগাই এৰুৱাইছিল।
#ইহঁত দুটাৰ এটাই উদ্দেশ্য আছিল, জুবিন দা ৰ #টকা খিনিৰ মাজত যাতে কোনো সোমাব নোৱাৰে। #সেইকাৰণে গৰিমা বৌকো কিজানি, জুবিন দাৰ টকা পইচাৰ মাজত নোসোমাব লৈ #জুবিন দাৰ হতুৱাই কোৱাইছিল। #শেখৰে সিদ্ধাৰ্থ ৰ কুকৰ্ম খিনিৰ কথা ভালকৈ জানিছিল আৰু সিদ্ধাৰ্থই শেখৰৰ কু কৰ্ম ৰ কথা ভালকৈ জানিছিল।
#জুবিন দা ৰ নতুন ঘৰটোও সিহঁতেই যদি ঠিকা লয়, #তাৰ মানে কি বুজিব পাৰি। বহুতে কোৱা ধৰণে NK production ৰ দেৱ বৰকটকী ৰ লগত জুবিন দাক বেয়া কৰাই, শেখৰে জুবিন দাক নতুন ষ্টুডিও এটা খুলিব লৈ কৈছিল আৰু তেনেকৈয়ে জুবিন দাৰ জোনালী নাম ৰ ষ্টুডিও টো খুলিছিল। #আৰু এই ষ্টুডিও টো বনোৱা মেলা সকলো সিদ্ধাৰ্থ, শেখৰে চাইছিল,মানে ঠিকা লৈছিল। #ইয়াতো সিহঁতি জুবিন দাৰ পৰা কোটি টকা লুটিলে, আৰু জুবিন দাৰ বাবে, মাইক্ৰফোন , ৫ লাখ টকাত কিনি, শেখৰে জুবিন দাকে ১৬ লাখ টকাত বিক্ৰী কৰিছে। আৰু সিদ্ধাৰ্থ ই, জুবিন দাৰ পইচা বোৰ মাৰোৱাৰীক সুত ত দি দি, interest বোৰ খাই থাকে।
#জুবিন দা ৰ ওচৰত আহোঁতে ভাড়া ঘৰত থকা ,সিদ্ধাৰ্থ ই কেই বছৰ মানৰ পিছত ,দুটা তিনিটা ফ্লেট লব পৰা হল, তিনি কোটি টকীয়া পানীৰ ব্যৱসায়, ২০/২২ কোটি টকীয়া হোটেল ৰ মালিক, নিজৰ আকৌ music company, ইমান খিনি, এজন সাধাৰণ মেনেজাৰে , জুবিন দাৰ টকা বোৰ লুটি লুটি কৰি ললে।
#সেই সময়তে যদি, কোনোবাই সিদ্ধাৰ্থ আৰু শেখৰৰ কু কৰ্মৰ কথা , জুবিন দাক কোনোবাই কোৱা হলে, ইহঁতক উলিয়াই দিব পৰা গল হেঁতেন।
#যি জনে উপাৰ্জন কৰে, #তাৰ আক বেংক বেলেঞ্চ নেবাঢ়ে, আৰু ইহঁত আক মালিক ত কৈ ওপৰলৈ গুচি যায়। জুবিন দাক অলপো ৰেষ্ট লব নিদি, সিদ্ধাৰ্থই প্ৰগ্ৰাম বোৰ লয়, টকা বোৰ লয়, কিন্তু সেই টকা আক, ভোগ কৰে সিদ্ধাৰ্থ ই হে, আৰু শেখৰে টো সিদ্ধাৰ্থ ক সহযোগ কৰে ই। ইঁহতক কুকুৰ বুলি কবলৈ মন যায়, আনকি কুকুৰো মালিকক সদায় সমীহ কৰে।
ইহঁত ক কব লৈ ভাষা নাই, ইমানেই গেলা পঁচা ইহঁত।
যেতিয়া জুবিন দাই সিদ্ধাৰ্থ ক পইচা ৰ হিচাপ বিচাৰিলে, ছিংগাপুৰ নি, মৰাৰ প্লেনিং কৰিলে, ইয়াৰ পোক লগা মগজু টোৰ পোক লগা বুদ্ধি। আৰু শেখৰে ইমান বোৰ জনাৰ পিছত, সিদ্ধাৰ্থক সহযোগ কিয় কৰিলে? তাৰ আটাইতকৈ ডাঙৰ দোষ সেইটো।
আৰু শ্যাম কানু মহন্তই , জুবিন দাকো অকল টকা ঘটাৰ আহিলা বুলি হে ভাবিলে, জুবিন দা থাকিলে হে, নৰ্থ ইষ্ট festival চাব লৈ, প্ৰবাসী অসমীয়া বোৰ আহিব, সেই পিশাচ টোৰ মতে। জুবিন দাক অলপো যদি যত্ন লোৱা হলে। য়ট পাৰ্টি ৰ খৰচ শ্যাম কানু যে দিছে, সিদ্ধাৰ্থ, শ্যাম কানু মহন্ত, অসম association ৰ অভিমন্যু তালুকদাৰে হে চিংগাপুৰ য়ট পাৰ্টি প্লেনিং ২০২৪ চনৰ ডিচেম্বৰ ত কৰিছিল।
মুঠতে, জুবিন দা ৰ পইচাৰ হিচাপ, সিদ্ধাৰ্থই দিব লাগিব বুলিয়েই, শ্যাম কানু ৰ লগ লাগি জুবিন দাক মাৰি পেলালে, শেখৰে ইমান বোৰ জানিও, সিদ্ধাৰ্থ ক একো বাধা নিদিয়াৰ বাবে ইও দোষী হয়।
#আমাক ন্যায় লাগে, জুবিন দা ৰ হত্যাৰ ন্যায়।
Written by Mousumi Laluari
Advocate, Dibrugarh
(ভাল লাগিলে share কৰিব)
Copy paste