Uday Nagar Talks

Uday Nagar Talks All the updates of our area.

ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্ব, প্রথম তিনিখন মেচত নেতৃত্ব দিব ৰিয়ানে কেৱল বেটাৰ হিচাপে খেলিব চঞ্জু ছেমচনে...
20/03/2025

ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্ব,
প্রথম তিনিখন মেচত নেতৃত্ব দিব ৰিয়ানে কেৱল বেটাৰ হিচাপে খেলিব চঞ্জু ছেমচনে

আজি ইং ১৯/০৩/২৫ তাৰিখে আগন্তুক বৃহত্তৰ উদয়নগৰ কইনাধৰা বহাগী উৎসৱ উদযাপন সমিতিৰ  এখন বৰ্ধিত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰা...
19/03/2025

আজি ইং ১৯/০৩/২৫ তাৰিখে আগন্তুক বৃহত্তৰ উদয়নগৰ কইনাধৰা বহাগী উৎসৱ উদযাপন সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সকলো বিভাগৰ সভাপতি, সম্পাদক, বিষয়ববিয়া আৰু সদস্য- সদস্যা উপস্থিত থাকে।

সীমান্ত তালুকদাৰ

কালিলৈ ইং ১৯/০৩/২৫ তাৰিখেসন্ধিয়া ৬ বজাত আগন্তুক বৃহত্তৰ উদয়নগৰ কইনাধৰা বহাগী উৎসৱ উদযাপন সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহ...
18/03/2025

কালিলৈ ইং ১৯/০৩/২৫ তাৰিখেসন্ধিয়া ৬ বজাত আগন্তুক বৃহত্তৰ উদয়নগৰ কইনাধৰা বহাগী উৎসৱ উদযাপন সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰা হব। সেয়েহে সকলো বিভাগৰ সভাপতি/সম্পাদক,বিষয়/ববিয়া তথা সদস্য/সদস্যাকে উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।

সম্পাদক
সীমান্ত তালুকদাৰ

স্থান: স্বৰ্গীয় ৰতিকান্ত তালুকদাৰ সোঁৱৰণী বিহু মঞ্চ।

আজি কণ্ঠশিল্পী অৰ্চনা মহন্তৰ জন্মদিনত তেখেতক শুভেচ্ছা জ্ঞাপন কৰিলো
18/03/2025

আজি কণ্ঠশিল্পী অৰ্চনা মহন্তৰ জন্মদিনত তেখেতক শুভেচ্ছা জ্ঞাপন কৰিলো

আজি বৃহত্তৰ উদয়নগৰ কইনাধৰা বহাগী উৎসৱ আয়োজন কৰাৰ উদ্দেশ‍্যে স্বৰ্গীয় ৰতিকান্ত তালুকদাৰ সোঁৱৰণী বিহু মঞ্চত এখন সাধাৰণ সভা...
17/03/2025

আজি বৃহত্তৰ উদয়নগৰ কইনাধৰা বহাগী উৎসৱ আয়োজন কৰাৰ উদ্দেশ‍্যে স্বৰ্গীয় ৰতিকান্ত তালুকদাৰ সোঁৱৰণী বিহু মঞ্চত এখন সাধাৰণ সভা অনুস্থিত কৰা হয়।

Address

Rajiv Gandhi Path, Uday Nagar, Koinadhara, Khanapara
Guwahati
781022

Website

Alerts

Be the first to know and let us send you an email when Uday Nagar Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category