Ntv Live 24 আমি অসমৰ স্থানীয় এক সংবাদ মাধ্যম। আমি স্বতন্ত্ৰ মঞ্চ, সদায় সত্য ও ন্যায়ৰ পক্ষত বাতৰি পৰিবেশন কৰিম।

14/03/2024

.

12/11/2023

পিতৃৰ অকাল মৃত্যু! এটি হৃদয় কপি যোৱা ঘটনা পিতৃৰ কাষত কণ মানি ছোৱালীৰ কান্দোন।

* মাতৃয়ে সন্তানক ন মাহ গৰ্ভত ধাৰন কৰে জন্মৰ পিছত তিনি বছৰলৈ কোলাত -- ৰাখে নিজৰ মৃত্যু লৈকে হৃদয়ত ৰাখে -

* পিতৃয়ে সন্তানৰ ভৰন পোষন - আৰু সুন্দৰ ভবিষ্যতৰ বাবে নিজক - -উচৰ্গা কৰি দিয়ে ---!

06/11/2023

জানুৱাৰী মাহত আহিব পুনৰাই বসুন্ধৰা 0.৩ সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা।

06/11/2023

খন্ধকাৰ আশ্রাফুল মামুনে জাফৰ আহমেদক লৈ কৰা মন্তব্য সন্দৰ্ভত বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সভাপতি জাফৰ আহমেদৰ সংবাদমেল।

26/10/2023

আমাৰ আই-মাতৃসকলৰ মাজতে দেৱীৰ স্বৰূপ বিৰাজমান l

26/10/2023

গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি ফ্লাইঅভাৰ, নিৰ্ধাৰিত সময়ত ৩০০ দিন আগতে ডেলিভাৰী।

22/10/2023

আজি ২০ বছৰীয়া পৰাজিত ইতিহাস সলনি কৰিলে ভাৰতে।
এদিনীয়া বিশ্বকাপৰ আজি হাইভল্টেজ খেলত ভাৰতে পৰাজিত কৰিলে নিউজিলেণ্ডক ৷ বিৰাট কোহলীৰ দৰ্শনীয় বেটিং, মহম্মদ ছামীৰ ৫ উইকেটৰ স্পেলে আজি ২০ বছৰৰ পিছত এদিনীয়া বিশ্বকাপত নিউজিলেণ্ডক পৰাজিত কৰি ভাৰতীয় ক্রিকেট অনুৰাগীৰ মন জয় কৰিলে। বিশেষকৈ, ২০১৯ ৰ সেই অনাকাংক্ষিত পৰাজয়ৰ আজি উচিত প্ৰত্যুত্তৰ দিব পাৰিলে ভাৰতে ।
অভিনন্দন
India



Kohli

22/10/2023

Interaction at DIBRUGARH UNIVERSITY ত মুখ্যমন্ত্ৰী ড ' হিমন্তবিশ্ব শৰ্মাৰ অসমৰ উদ্দেশ্য এক হৃদয় চুইযোৱা বক্তব্য।

Adresse

Assam
Democratic Republic Of The

Téléphone

+918133918695

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque Ntv Live 24 publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Contacter L'entreprise

Envoyer un message à Ntv Live 24:

Partager