Ŧiken BIJNI Follow

Ŧiken BIJNI Follow Do earning from hard work

17/10/2025
   মামীৰ মাটি হ্যিতি নাটিমোৰ হাতত নায়েই
10/10/2025

মামীৰ মাটি হ্যিতি নাটি
মোৰ হাতত নায়েই

জুবিন কোন নো নাযানো!মৃত্যু জয় কৰি গ'ল যাৰ মূল্য কোনো বেপোৰুৱা দিৱ পৰা নাই,দুটা দিনে আশ্ৰু নিগৰাইছে হেজাৰ হেজাৰ বৈ গৈছে ...
21/09/2025

জুবিন কোন নো নাযানো!
মৃত্যু জয় কৰি গ'ল
যাৰ মূল্য কোনো বেপোৰুৱা দিৱ পৰা নাই,
দুটা দিনে আশ্ৰু নিগৰাইছে
হেজাৰ হেজাৰ বৈ গৈছে নিগৰি
মোৰটো কোনো নহয়
নিজকে নিজে হেৰাছোঁ
বাৰে বাৰে হৃদয়ৰ চিৎকাৰ
আজি জিয়াই অস্তিত্ব হেৰুৱালোঁ।

10/09/2025

শেষ
চৱ শেষ
আজি ১০ ছেপ্টেম্বৰত হেমন্ত চাৰে ৰিজাইন দিলে।
গৌৰৱ গ'ল জেল-হাজলৈ।

08/09/2025

বিদেশীক স্বদেশী কৰাৰ ম্যাদ ১০ বছৰলৈ বৃদ্ধি কৰি শেষ সময়সীমা ২০২৪ৰ ৩১ ডিচেম্বৰ নিৰ্ধাৰণ কৰাৰ সময়তে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই তাৎপৰ্যপূৰ্ণ মন্তব্য৷

Address

Bijni

Website

Alerts

Be the first to know and let us send you an email when Ŧiken BIJNI Follow posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share